অসমীয়া ৱিকিপিডিয়া ক্লাৱ, শিলচৰ (Assamese Wikipedia Club, Silchar)

অসমীয়া ৱিকিপিডিয়া, অসমীয়া ৱিকিউৎস আৰু আনুষংগিক ৱিকিমিডিয়া প্ৰকল্পসমূহৰ প্ৰসাৰ, প্ৰচাৰ আৰু ন ন লোকক ৱিকিপিডিয়াত লিখিবৰ বাবে উৎসাহিত কৰিবলৈ এই গোটটো গঠন কৰা হৈছে। শিলচৰত থকা অসমীয়াসকলৰ বাবে বিষেশভাৱে এই গোটটো গঠন কৰা হৈছে, যাতে তেওঁলোকে একলগে অসমীয়া ৱিকিপিডিয়াক আগুৱাই লৈ যাব পাৰে।

গোটৰ নীতি: বিজ্ঞাপনধৰ্মী লেখা বা ৱিকিমিডিয়া প্ৰকল্পৰ লগত সংগতি নথকা যিকোনো বিষয়ৰ উল্লেখ পূৰ্বজাননী অবিহনে মচি পেলোৱা হ'ব। অৱশ্যে ৱিকি প্ৰকল্পসমূহৰ লগত সম্পৰ্ক থকা অসমীয়া ভাষা বা টাইপিং সমস্যা বিষয়ক লেখাক এই নিয়মৰ পৰা ৰেহাই দিয়া হৈছে।

অসমীয়া ৱিকিপিডিয়া http://as.wikipedia.org/
অসমীয়া ৱিকিউৎস http://as.wikisource.org/
মেইলিং লিষ্ট https://lists.wikimedia.org/mailman/listinfo/wikipedia-as
ফে'চবুক পৃষ্ঠা http://www.facebook.com/aswikipedia